holi quotes in assamese - Bijit Kalita

Bijit Kalita

Tips and Tricks || News || Entertainment

test banner

Breaking

Post Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, March 1, 2018

holi quotes in assamese

আৱিৰৰ ৰঙেৰে ৰঙীন হওক আকাশ-বতাহ…
আৱিৰৰ ৰঙেৰে ৰঙীন হওক সকলোৰে জীৱন…
এই কামনাৰে তোমাক লগতে তোমাৰ পৰিয়ালৰ সমূহ সদস্যক দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভকামনা জনালোঁ…।

                   বিজিত



ফাগুনৰ পছোৱাই যেন সকলো দুখ কষ্ট উৰুৱাই নিয়ে আৰু জীৱনটো যেন ফাকুৰ ৰঙৰ দৰে ৰঙীন হৈ পৰে তাৰেই কামনাৰে,,,,,
ফাকুৱাৰ অলেখ শুভকামনা যাচিলোঁ🙏🙏🙏

No comments:

Post a Comment

Post Top Ad

Responsive Ads Here